Checked by Fact Crescendo6 Dec 2023IndiaBengali Social media posts “যশোদাবেন মোদীয়ে নৰেন্দ্ৰ মোদীক ঠাট্টা কৰা পোষ্টাৰ লৈ আছে।” Fact Crescendo rated this: সম্পাদিত
Checked by Fact Crescendo4 Dec 2023IndiaBengali Social media posts “তেজছ যুদ্ধ বিমানেৰে ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেয়ে শূণ্যত হাত জোকাৰিছিল।” Fact Crescendo rated this: বিভ্ৰান্তিকৰ
Checked by Fact Crescendo30 Nov 2023IndiaBengali Social media posts “এই ফটোখনত ইন্দিৰা গান্ধীয়ে সাগৰীয় আমিষ খাদ্য খাই থকা দেখা গৈছে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo29 Nov 2023IndiaBengali Social media posts “উত্তৰকাশীৰ সুৰংগত আবদ্ধ শ্ৰমিকক উদ্ধাৰ কৰাৰ দৃশ্য এই ভিডিঅ'টোত দেখুওৱা হৈছে।” Fact Crescendo rated this: আংশিকভাৱে মিছা
Checked by Fact Crescendo25 Nov 2023IndiaBengali Social media posts “অশোক গেহলটৰ ৰেলীত জনতাই মোদী-মোদী শ্লোগান দিছে।” Fact Crescendo rated this: সম্পাদিত
Checked by Fact Crescendo23 Nov 2023IndiaBengali Social media posts “ভিডিঅ'টোত ১.৫ লাখ লোকে হনুমান চালিচা পাঠ কৰা দেখা গৈছে।” Fact Crescendo rated this: সম্পাদিত
Checked by Fact Crescendo21 Nov 2023IndiaBengali Social media posts “অষ্ট্ৰেলিয়াৰ অধিনায়কক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন নজনোৱাকৈয়ে মঞ্চৰ পৰা আঁতৰি গৈছিল।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo20 Nov 2023IndiaBengali Social media posts “এই ভিডিঅ'টোত তিনিগৰাকী ইজৰাইলী ছোৱালীক আৰবৰ পুৰুষে নিৰ্যাতন কৰিবলৈ চেষ্টা কৰোঁতে ছোৱালীকেইজনীয়ে প্ৰত্যাক্ৰমণ কৰি পুৰুষকেইজনক বগৰাই পেলোৱা দেখা গৈছে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo20 Nov 2023IndiaBengali Social media posts “ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে নিজকে দুৰ্ভাগ্যৱশতঃ হিন্দু বুলি কৈছিল।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo16 Nov 2023IndiaBengali Social media posts “মতিলাল নেহৰু জৱাহৰলাল নেহৰুৰ সতীয়া পিতৃ আছিল, মহম্মদ আলী জিন্না আৰু শ্বেইখ আব্দুল্লা জৱাহৰলাল নেহৰুৰ সতীয়া ভাই আছিল। জৱাহৰলাল নেহৰুৰ পিতৃ মুছলমান আছিল। এই সকলো তথ্য জন মথাইৰ আত্মকথা নামৰ কিতাপখনত আছে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo10 Nov 2023IndiaBengali Social media posts “এই ভিডিঅ'টোত আমেৰিকাৰ যুদ্ধ জাহাজ পূব ভূমধ্যসাগৰত আহি পোৱাৰ পিছত হিজবুল্লাহে প্ৰকাশ কৰা এণ্টি শ্বিপ ক্ৰুজ ক্ষেপনাস্ত্ৰৰ দৃশ্য দেখা গৈছে।” Fact Crescendo rated this: বিভ্ৰান্তিকৰ
Checked by Fact Crescendo8 Nov 2023IndiaBengali Social media posts “এই ফটোসমূহ অযোধ্যা ষ্টেচনৰ হয়।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo6 Nov 2023IndiaBengali Social media posts “বিভিন্ন ধৰণৰ ৰোগ বিয়পাবলৈ চীনে ভাৰতলৈ বিষাক্ত ফটকা পঠিওৱা বুলি ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা সতৰ্কবাণী দিয়া হৈছে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo3 Nov 2023IndiaBengali Social media posts “এই ভিডিঅ'টোত ইজৰাইল আৰু হামাছৰ মাজত বৰ্তমান চলি থকা যুদ্ধত পেলেষ্টাইনৰ সাংবাদিকৰ মৃত্যু হোৱা দেখা গৈছে।” Fact Crescendo rated this: বিভ্ৰান্তিকৰ
Checked by Fact Crescendo2 Nov 2023IndiaBengali Social media posts “এই ভিডিঅ'টোত পেলেষ্টাইনৰ সমৰ্থনত ফ্ৰান্সত হোৱা প্ৰতিবাদৰ দৃশ্য দেখা গৈছে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo31 Oct 2023IndiaBengali Social media posts “এই ভিডিঅ'টোত হামাছ সমৰ্থকে ইস্তানবুলত ইজৰাইলৰ বাণিজ্যিক দূতাবাসত আক্ৰমণ কৰা দেখা গৈছে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo28 Oct 2023IndiaBengali Social media posts “এই ভিডিঅ'টোত এগৰাকী ইজৰাইলী মহিলাই কৈছে যে হামাছে তেওঁক অপহৰণ কৰি নিজৰ সন্তানৰ মাংস ভক্ষণ কৰিবলৈ বাধ্য কৰিছিল।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo26 Oct 2023IndiaBengali Social media posts “পোষ্টটোত উল্লেখ কৰা কোম্পানীসমূহ ইজৰাইলৰ আৰু সেয়েহে এইবোৰৰ উৎপাদিত সামগ্ৰী বৰ্জন কৰিব লাগে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo23 Oct 2023IndiaBengali Social media posts “এই ভিডিঅ'টোত বাহৰেইনৰ জনসাধাৰণে মানামাত থকা ইজৰাইলৰ দূতাবাস জ্বলোৱা দেখা গৈছে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo20 Oct 2023IndiaBengali Social media posts “ৰাছিয়াই আক্ৰমণ কৰিছে আমেৰিকাৰ ওপৰত আৰু হিজবুল্লাহে আমেৰিকাৰ সেনা শিবিৰৰ ওপৰত ৰকেটেৰে আক্ৰমণ কৰিছে।” Fact Crescendo rated this: মিছা