“উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে কৰ্তব্যৰ সময়ত মদ খাই থকা এই ভিডিঅ'টো যোগী আদিত্যনাথ মুখ্যমন্ত্ৰী হিচাপে থকাৰ সময়ৰ হয়”
Fact Crescendo rated this: মিছা।
Fact Crescendo is an Indian fact-checking organisation that publishes in several Indian languages and runs sites for other Asian countries.
Fact Crescendo says: এয়া উত্তৰ প্ৰদেশৰ এজন হত্যাত অভিযুক্ত লোকৰহে ফটো
Fact Crescendo says: মিছা। এই পৰ্টেলটো এটা ডাচ্ছ ষ্টুডিঅ’ই আৰম্ভ কৰিছিল, ইছৰ’য়ে নাই কৰা