Checked elsewhere / Sources

Fact Crescendo

Fact Crescendo is an Indian fact-checking organisation that publishes in several Indian languages and runs sites for other Asian countries.

Checked by Fact Crescendo13 Aug 2024IndiaBengali
Social media posts

“চাৰি বছৰ আগেয়ে কেৰালাৰ মলপ্পুৰমত আতচবাজী ভৰ্তি আনাৰস খোৱাৰ ফলত গৰ্ভৱতী হাতী এজনীৰ মৃত্যু হৈছিল আৰু শেহতীয়া ভূমিস্খলনত সেই মলপ্পুৰম সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে।”

Fact Crescendo rated this: মিছা
Checked by Fact Crescendo29 Jul 2024IndiaBengali
Social media posts

“ভিডিঅ'টোত দেখা ব্যক্তিগৰাকী আলিগড় কোৰ্টত‌ কৰ্মৰত এজন মুছলমান পিয়ন আৰু "থু জেহাদ"ৰ অংশ হিচাপে তেওঁ ন্যায়াধীশৰ পানীৰ গিলাচত থু পেলাই ন্যায়াধীশগৰাকীক খাবলৈ দিছিল।”

Fact Crescendo rated this: বিভ্ৰান্তিকৰ
Checked by Fact Crescendo25 Jul 2024IndiaBengali
Social media posts

“২০২৩ চনৰ জানুৱাৰীত পোখৰা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত হোৱা দুৰ্ঘটনাৰ ভিডিঅ’কে ত্ৰিভুৱন বিমান বন্দৰৰ শেহতীয়া দুৰ্ঘটনাৰ ভিডিঅ’ বুলি প্ৰচাৰ কৰা হৈছে।”

Fact Crescendo rated this: মিছা