“যোগ = জান হে তো জাহান হে, এয়া ছৌদি আৰৱৰ কিছুমান ছবি, যিবোৰ তেওঁলোকৰ মুখত একো একোটা চৰ, যিয়ে কয় যে যোগ কেৱল এটা বিশেষ সম্প্ৰদায়ৰ সৈতেহে জড়িত।”
Vishvas News rated this: Misleading
Vishvas News says: দৰাচলতে, ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এখন ছবি গুজৰাটৰ আহমেদাবাদৰ, আনখন আবু ধাবিৰ। ইয়াৰে এখন আলোকচিত্ৰ ২০১৫ চনত আৰু আনখন ২০১৭ চনত তোলা হৈছিল। এই দুয়োখন ছবি সতেজ নহয়।