“সমাজবাদী পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত চৌধুৰী ডাঙৰীয়াৰ জিন্দাবাদ ধ্বনি গৃহমন্ত্ৰী ডাঙৰীয়াৰ সমূখত। উত্তৰ প্ৰদেশত এইবাৰ খেলা হ’ব।”
Vishvas News rated this: FALSE
Vishvas News says: কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ভিডিঅ’ সম্পাদনা আৰু ভাইৰেল কৰা হৈছে। সামাজিক মাধ্যমত কৰা দাবীটো ভুল।