“গ্ৰাফিক্স প্লেটত ৰাহুল গান্ধীক উদ্ধৃত কৰি কোৱা হৈছে, “আমাৰ চৰকাৰ গঠন হোৱাৰ লগে লগে আমি ৫০ বছৰৰ বাবে সূদ অবিহনে পাকিস্তানক ৫,০০০ কোটি টকাৰ ঋণ দিম।”
Vishvas News rated this: FALSE
Vishvas News says: এবিপি নিউজৰ নামত ভুৱা গ্ৰাফিক্স প্লেট ভাইৰেল কৰা হৈছে। বিবৃতিবোৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দিয়া নাই।