“বিজেপি নেতা রিঙ্কু বর্মা একজন (On-duty) কর্মরত পুলিশ অফিসার কে কি ভাবে পিটাচ্ছেন, আর এই দলের গর্ধবরা বলছেন, বাংলা কে সোনার বাংলা বানাবো”
Vishvas News rated this: FALSE
Vishvas News says: উপসংহাৰ: আমাৰ অনুসন্ধানত প্ৰকাশ পাইছে যে ভাইৰেল হৈ থকা ভিডিঅ’টো পশ্চিমবংগৰ নহয়, দিল্লীৰ উত্তম নগৰৰহে। ৰিংকু গুপ্তা আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে আৰক্ষীজনক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।