“শীৰ্ষ ১০ টা মাৰাত্মক খাদ্য/ ইয়াৰে ৮ টা পোৱা গৈছে ফিলিপাইনছত / ফ্ৰেন্স ফ্ৰাইজ / বাৰ্গাৰ/ আইচক্ৰীম/ চিপ্পী ৰেড/ ডগনট/ পেকিং কেণ্টন/ ছুইটেণ্ড পৰ্ক’”
Vishvas News rated this: FALSE
Vishvas News says: বিশ্বাস নিউজৰ তদন্তত ভাইৰেল পোষ্টত বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্ধৃতি দিয়া দাবীটো মিছা বুলি প্ৰমাণিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা ১০ টা মাৰাত্মক খাদ্যৰ কোনো তালিকা প্ৰকাশ কৰা নাই। ভাইৰেল গ্ৰাফিক্স ভুৱা।