“ৰামপুৰৰ আৰক্ষী অধীক্ষক অজয়পাল শৰ্মা জীয়ে ৬ বছৰীয়া কিশোৰী #মহম্মদ_নাজিলৰ ধৰ্ষণকাৰীক ৩টা গুলীৰে গুলীয়াই গুলীয়াই ৭২ হুৰোণলৈ প্ৰেৰণ কৰে....”
Vishvas News rated this: FALSE
Vishvas News says: অভিযুক্তজন নিহত হোৱা নাছিল, উত্তৰ প্ৰদেশ আৰক্ষীৰ সংঘৰ্ষত আঘাতপ্ৰাপ্তহে হৈছিল। আদালতে পিছত অভিযুক্তজনক ছোৱালীজনীৰ ধৰ্ষণ আৰু হত্যাৰ বাবে দোষী বুলি মৃত্যুদণ্ড প্ৰদান কৰিছিল।