“ইউ পিত চাইকেলেৰে মৃতদেহ কঢ়িয়াই লৈ যোৱা এজন ব্যক্তি।”
Vishvas News rated this: FALSE
Vishvas News says: বিশ্বাস নিউজৰ অনুসন্ধানত, উত্তৰ প্ৰদেশৰ নামত ভাইৰেল পোষ্টটো ভুৱা বুলি পৰিগণিত হৈছিল। ২০১৭ চনৰ পৰা অসমৰ এখন পুৰণি ছবি ইউপিৰ বুলি কিছু লোকে প্ৰচাৰ কৰি আছে।