“তালিবানে কাবুল দখল কৰি আনন্দোৎসৱ পালন কৰিছে।”
Vishvas News says: বিশ্বাস নিউজে ভাইৰেল ভিডিঅ’টো অনুসন্ধান কৰি লাভ কৰা তথ্য অনুসৰি নৃত্যৰত লোকসকলৰ এই ভিডিঅ’ আফগানিস্তানৰ তালিবানৰ নহয়, এয়া পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ বান্নু নামৰ এখন ঠাইত অনুষ্ঠিত এখন বিবাহ অনুষ্ঠানৰহে। গতিকে এই ভাইৰেল দা…