Checked elsewhere

Checks published by other fact-checking organisations. We did not do these checks. Each one names who did, shows their rating in their own words, and links to their full article.

Their rating
Checked by Fact Crescendo16 Aug 2021IndiaMalayalam
Social media posts

“ശ്രീനഗറില്‍ തീവ്രവാദിയെ പിടികൂടുന്ന സുരക്ഷാ ഉദ്യോഗസ്ഥര്‍”

Fact Crescendo rated this: FALSE

Fact Crescendo says: ഇന്ത്യന്‍ സൈന്യമോ ഇന്ത്യയിലെ മറ്റ് സുരക്ഷാസേനയോ തീവ്രവാദിയെ പിടികൂടുന്ന വീഡിയോ അല്ല ഇതെന്ന് മാത്രമല്ല ബ്രസീലില്‍ നടന്ന ഒരു സംഭവത്തിന്‍റെ വീഡിയോയാണെന്നതും വ്യക്തമായി കഴിഞ്ഞു. അതുകൊണ്ട് തന്നെ പ്രചരണം വ്യാജമാണെന്ന് തന്നെ അനുമാനിക്കാം.

Checked by Vishvas News16 Aug 2021IndiaBengali
Social media posts

“ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এখন গ্ৰাফিক্স প্লেটত দাবী কৰা হৈছে যে ৮৪ তম বৰ্ষপূৰ্তি উপলক্ষে ৰে-বেন গ্লাছৰ বিক্ৰী আৰম্ভ কৰা হৈছে।”

Vishvas News rated this: FALSE

Vishvas News says: বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি RayBan কোম্পানীৰ বুলি কৰা দাবী সম্বলিত গ্ৰাফিক্স প্লেট ভুৱা বুলি প্ৰমাণিত হৈছে।

Checked by Vishvas News16 Aug 2021IndiaBengali
Social media posts

“ইয়াত দাবী কৰা হৈছে যে বাবুল সুপ্ৰিয়ই ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ পিছত বিজেপিৰ বিষয়ে এটা বিবৃতি দিছে।”

Vishvas News rated this: FALSE

Vishvas News says: বাবুল সুপ্ৰিয়ই ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা কৰিছে যদিও ভাইৰেল পোষ্টত দাবী কৰা অনুসৰি বিজেপিৰ বিষয়ে কোনো মন্তব্য দিয়া নাই।

Checked by Vishvas News16 Aug 2021IndiaBengali
Social media posts

“ইয়াত দাবী কৰা হৈছে যে যদি দিয়াশলাইৰ কাঠীত থকা বাখৰ বা বাৰুদ পানীৰ লগত মিহলাই পেষ্ট প্ৰস্তুত কৰি আঘাত পোৱা ঠাইত লগালে, বিষাক্ত পদাৰ্থ দুমিনিটৰ ভিতৰত আঁতৰ হয়।”

Vishvas News rated this: FALSE

Vishvas News says: দিয়াশলাইৰ কাঠিত থকা বাৰুদে বৃশ্চিকৰ বিষ নিৰাময় নকৰে।

Checked by Vishvas News16 Aug 2021IndiaBengali
Social media posts

“পোষ্টটোত দাবী কৰা হৈছে যে ছবিখনত থকা মহিলাগৰাকী পাৰ্লে জীৰ বেটুপাতত থকা ছোৱালীজনী।”

Vishvas News rated this: FALSE

Vishvas News says: ভাইৰেল ছবিখনত দেখা মহিলাগৰাকী হৈছে ইনফোচিছ ফাউণ্ডেচনৰ অধ্যক্ষ সুধা মূৰ্তি, পাৰ্লে জি গাৰ্ল নহয়।

Checked by Vishvas News16 Aug 2021IndiaBengali
Social media posts

“বেংকবোৰে এতিয়াৰ পৰা এটিএমৰ পৰা মাহত চাৰিবাৰতকৈ অধিক ধন আহৰণ কৰাৰ বাবদ প্ৰতিটো লেনদেনত মুঠ ১৭৩ টকা মাচুল ল’ব, যাৰ ভিতৰত আছে ১৫০ টকাৰ কৰ আৰু ২৩ টকাৰ সেৱা মাচুল।”

Vishvas News rated this: FALSE

Vishvas News says: ১ আগষ্টৰ পৰা এটিএমৰ পৰা চাৰিবাৰতকৈ অধিক উলিওৱাৰ বাবে মুঠ ১৭৩ টকা মাচুল পৰিশোধ কৰাৰ দাবীআৰু বেংকত চাৰিটা লেনদেনৰ পিছত প্ৰতিটো লেনদেনত ২৩ টকাৰ চাৰ্ভিচ চাৰ্জ আৰু ১৫০ টকা মাচুল পৰিশোধ কৰাৰ দাবীৰ সৈতে পোষ্টটো ভাইৰেল হৈ আছে।

Checked by FACTLY16 Aug 2021IndiaTelugu
Social media posts

“‘CNN’ వార్త సంస్థ, తాలిబన్లు మాస్కులు ధరించి బాధ్యతయుతంగా యుద్ధం చేస్తున్నారని పొగుడుతూ ఆర్టికల్ పబ్లిష్ చేసింది”

FACTLY rated this: FALSE

FACTLY says: ఈ పోస్టులో షేర్ చేసిన ఆర్టికల్‌ని ‘The Babylon Bee’ అనే సటైరికల్ వెబ్సైటు పబ్లిష్ చేసింది. తాలిబన్లను పొగుడుతూ ‘CNN’ న్యూస్ సంస్థ ఇటీవల ఎటువంటి ఆర్టికల్‌ని పబ్లిష్ చేయలేదు