“ইয়াৰ অসমীয়া অনুবাদ এনেধৰণৰ – এগৰাকী সিংহপুৰুষ ভগৎ সিংৰ সৰু ভগ্নী প্ৰকাশ কৌৰ আজি ৯৬ বছৰ বয়সত মৃত্যু হয়। আজি তেওঁ আমাৰ মাজত নাই, আমাৰ শ্ৰদ্ধা বীৰ ভাতৃৰ বীৰাঙ্গনা ভগ্নীলৈ”
Vishvas News says: বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত এই ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে। ভগত সিংৰ ভগ্নী বিবি প্ৰকাশ কৌৰৰ ২০১৪ চনতে মৃত্যু হৈছিল।