“হৈছে যে মাৰুতী ছুজুকীয়ে ইয়াৰ ৪০ তম বাৰ্ষিকী উপলক্ষে এখন মাৰুতী বালেনো চিগমা এমটি উপহাৰ চিহাপে আগবঢ়াইছে।”
Vishvas News says: বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে। মাৰুতী ছুজুকীয়ে ভাইৰেল পোষ্টত দাবী কৰাৰ দৰে কোনো প্ৰস্তাৱ দিয়া নাই। কোনো সন্দেহজনক লিংক কেতিয়াও ক্লিক অথবা শ্বেয়াৰ কৰিব নালাগে। এইটো ব্যক্তিগত তথ্য চুৰি কৰাৰ প্ৰয়াসো…