Checked by Fact Crescendo26 Feb 2024IndiaBengali Social media posts “কৃষক আন্দোলনত এনেদৰে সুৰা বিতৰণ কৰা হৈছে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo23 Feb 2024IndiaBengali Social media posts “কেমেৰাৰ সমুখতেই এইদৰে সন্দেশখালিত মহিলাক প্ৰহাৰ কৰা হৈছে।” Fact Crescendo rated this: আংশিকভাৱে মিছা
Checked by Fact Crescendo22 Feb 2024IndiaBengali Social media posts “বাৰ্ড ফ্লুৰ বাবে অসমত ব্ৰইলাৰ মুৰ্গীৰ মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।” Fact Crescendo rated this: আংশিকভাৱে মিছা।
Checked by Fact Crescendo21 Feb 2024IndiaBengali Social media posts “দিল্লী অভিমুখী কৃষকৰ ওপৰত এইদৰে পানীৰ কামান ব্যৱহাৰ কৰা হৈছে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo21 Feb 2024IndiaBengali Social media posts “জাপানত মুছলমান জেহাদীয়ে কৰা আক্ৰমণৰ দৃশ্য ভিডিঅ'সমূহত দেখুওৱা হৈছে।” Fact Crescendo rated this: বিভ্ৰান্তিকৰ
Checked by Fact Crescendo19 Feb 2024IndiaBengali Social media posts “ইয়োচেমাইটৰ এঞ্জেল জলপ্ৰপাতৰ ওপৰেৰে পূৰ্ণিমাৰ জোনৰ সুন্দৰ দৃশ্য ফটোত দেখা গৈছে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo19 Feb 2024IndiaBengali Social media posts “কৃষক আন্দোলনৰ আন্দোলনকাৰী কৃষকক এইদৰে লাঠীৰে প্ৰহাৰ কৰি ঘূণীয়া কৰা হৈছে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo16 Feb 2024IndiaBengali Social media posts “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত কৈছে যে তেওঁ সংৰক্ষণ ব্যৱস্থাৰ বিৰোধী।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo15 Feb 2024IndiaBengali Social media posts “ভিডিঅ'টোত মানুহৰ শিৰচ্ছেদ কৰাৰ প্ৰশিক্ষণ দিয়া দেখা গৈছে।” Fact Crescendo rated this: প্ৰসংগ সংগতিহীন
Checked by Fact Crescendo14 Feb 2024IndiaBengali Social media posts “ৰাহুল গান্ধীয়ে ৫০ আৰু ১৫ৰ যোগফল ৭৩ বুলি কৈছিল।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo12 Feb 2024IndiaBengali Social media posts “এই ভিডিঅ'সমূহত উত্তৰাখণ্ডৰ শেহতীয়া হিংসাত্মক ঘটনাৰ দৃশ্য দেখা গৈছে।” Fact Crescendo rated this: আংশিকভাৱে মিছা
Checked by Fact Crescendo12 Feb 2024IndiaBengali Social media posts “এই ভিডিঅ'টোত স্বামী বিবেকানন্দই চিকাগোত দিয়া ভাষণৰ দৃশ্য দেখা গৈছে।” Fact Crescendo rated this: প্ৰসংগ সংগতিহীন
Checked by Fact Crescendo9 Feb 2024IndiaBengali Social media posts “কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা স্বীকাৰ কৰি কৈছে যে এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪০০ পাৰ কৰিব।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo8 Feb 2024IndiaBengali Social media posts “কুকুৰে শুঙি চাই খাবলৈ ইচ্ছা নকৰা বিস্কুট ৰাহুল গান্ধীয়ে ব্যক্তিজনক খাবলৈ দিয়া দেখা গৈছে এই ভিডিঅ'টোত।” Fact Crescendo rated this: বিভ্ৰান্তিকৰ
Checked by Fact Crescendo6 Feb 2024IndiaBengali Social media posts “এই ভিডিঅ'টোত মীৰা ৰোডৰ সংঘৰ্ষত জড়িতসকলক আৰক্ষীয়ে ঘৰৰ পৰা আটক কৰা দেখা গৈছে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo5 Feb 2024IndiaBengali Social media posts “প্ৰবাসী ভাৰতীয় বাসৱী সন্থাই অযোধ্যাৰ ৰাম মন্দিৰলৈ দান দিছে ১২ খন সোণৰ বাহন।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo2 Feb 2024IndiaBengali Social media posts “স্বামী বিদ্যানন্দ বিদেহে জৱাহৰলাল নেহৰুক চৰ মাৰিছিল আৰু তেতিয়া প্ৰতিশোধ ল'বলৈ জৱাহৰলাল নেহৰু আগবাঢ়ি গৈয়ো উভতি আহিছিল। এই ফটোখন সেই সময়ত তোলা।” Fact Crescendo rated this: বিভ্ৰান্তিকৰ
Checked by Fact Crescendo31 Jan 2024IndiaBengali Social media posts “অযোধ্যাৰ ৰাম মন্দিৰৰ সুন্দৰ দৃশ্য ভিডিঅ'টোত দেখা গৈছে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo29 Jan 2024IndiaBengali Social media posts “ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ভাৰতীয় নৌসেনাই পানীৰ তলত হনুমানৰ ছবি থকা কেশৰ পতাকা উৰুৱাইছে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo27 Jan 2024IndiaBengali Social media posts “এই ভিডিঅ'টোত অযোধ্যাৰ ৰাম মন্দিৰৰ দানপাত্ৰৰ পৰা প্ৰথম দিনা সংগ্ৰহ হোৱা ধন দেখুওৱা হৈছে।” Fact Crescendo rated this: প্ৰসংগ সংগতিহীন