Checked by Fact Crescendo3 Apr 2024IndiaBengali Social media posts “মিশ্বোই গ্ৰাহকসকলৰ বাবে এনিভাৰ্ছাৰী গিফ্ট অফাৰ আগবঢ়াইছে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo26 Mar 2024IndiaBengali Social media posts “কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীক বেলী নৃত্যশিল্পীৰ পোছাক পৰিধান কৰা দেখা গৈছে।” Fact Crescendo rated this: সম্পাদিত
Checked by Fact Crescendo23 Mar 2024IndiaBengali Social media posts “হোৱাটছএপত গুড মৰ্ণিং মেছেজ দিলেও ১৮ শতাংশ জিএছটি দিব লাগিব গ্ৰাহকে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo22 Mar 2024IndiaBengali Social media posts “ড০ ৰাজেশ কুমাৰ গুপ্তা আৰু প্ৰিয়াংশ শৰ্মাক ভাৰতৰ নতুন নিৰ্বাচন আয়ুক্ত হিচাপে নিৰ্বাচন কৰা হৈছে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo22 Mar 2024IndiaBengali Social media posts “মহাৰাষ্ট্ৰত হোৱা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৰেলীৰ দৃশ্য ভিডিঅ'টোত দেখা গৈছে।” Fact Crescendo rated this: বিভ্ৰান্তিকৰ
Checked by Fact Crescendo21 Mar 2024IndiaBengali Social media posts “মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে শুনানি সম্পূৰ্ণ নোহোৱাকৈয়ে উঠি গুচি গৈছিল।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo20 Mar 2024IndiaBengali Social media posts “বিজেপিৰ নৱনিযুক্ত কৰ্মকৰ্তাৰ মাজত শেহতীয়াকৈ এইদৰে সুৰা বিতৰণ কৰা হৈছে।” Fact Crescendo rated this: প্ৰসংগ সংগতিহীন
Checked by Fact Crescendo14 Mar 2024IndiaBengali Social media posts “ফটোত এয়া ১০০ পূৰ্বে ভাৰতীয় আৰক্ষীয়ে ব্যৱহাৰ কৰা চাইকেল।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo13 Mar 2024IndiaBengali Social media posts “যশোদাবেন মোদীয়ে নৰেন্দ্ৰ মোদীক ঠাট্টা কৰা পোষ্টাৰ লৈ আছে।” Fact Crescendo rated this: সম্পাদিত
Checked by Fact Crescendo12 Mar 2024IndiaBengali Social media posts “মহাত্মা গান্ধীয়ে প্ৰাৰ্থনা সভাত কৈছিল যে পাকিস্তানৰ পৰা যিসকল হিন্দু আৰু শিখ ভাৰতলৈ আহিব বিচাৰে, তেওঁলোকৰ কৰ্ম সংস্থাপন আৰু জীৱনযাপনৰ ব্যৱস্হা কৰাটো ভাৰত চৰকাৰৰ প্ৰথম কৰ্তব্য।” Fact Crescendo rated this: প্ৰসংগ সংগতিহীন
Checked by Fact Crescendo11 Mar 2024IndiaBengali Social media posts “মুকেশ আম্বানীয়ে পুত্ৰ অনন্ত আম্বানীৰ বিবাহ উপলক্ষে ৭৪৯ টকাৰ তিনি মাহৰ ফ্ৰী ৰিছাৰ্জ প্ৰদান কৰিছে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo9 Mar 2024IndiaBengali Social media posts “যশোদাবেন মোদীয়ে তেওঁৰ এক্স(টুইটাৰ) হেণ্ডলৰ বিৱৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি অপমানসূচক মন্তব্য কৰিছে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo9 Mar 2024IndiaBengali Social media posts “বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফালৰ পৰা প্ৰদান কৰিছে তিনি মাহৰ ফ্ৰী ৰিচাৰ্জ।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo7 Mar 2024IndiaBengali Social media posts “ৰাহুল গান্ধীয়ে ইংলণ্ডত কৈছে যে পাকিস্তান,বাংলাদেশতকৈ ভাৰতৰ নিবনুৱাৰ সংখ্যা অধিক।” Fact Crescendo rated this: বিভ্ৰান্তিকৰ
Checked by Fact Crescendo6 Mar 2024IndiaBengali Social media posts “ৰাহুল গান্ধীয়ে বিজেপিৰ নিৰ্বাচনী চিহ্ন থকা গেৰুৱা টুপী পৰিধান কৰিছে।” Fact Crescendo rated this: সম্পাদিত
Checked by Fact Crescendo5 Mar 2024IndiaBengali Social media posts “চলিত কৃষক আন্দোলনত এইদৰে বৃদ্ধজনক মাৰপিট কৰা হৈছে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo2 Mar 2024IndiaBengali Social media posts “ফটোত থকা মহিলাগৰাকী হ'ল সম্ৰাট শ্বাহজাহানৰ পত্নী মমতাজ।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo1 Mar 2024IndiaBengali Social media posts “কৃষক আন্দোলনৰ আন্দোলনকাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুতলা ট্ৰেক্টৰত বান্ধি টানি নিছিল।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo29 Feb 2024IndiaBengali Social media posts “ভিডিঅ'টোত কৃষক আন্দোলনৰ দৃশ্য দেখা গৈছে।” Fact Crescendo rated this: মিছা
Checked by Fact Crescendo27 Feb 2024IndiaBengali Social media posts “কৃষক আন্দোলনত সুৰা বিতৰণ কৰাৰ দৃশ্য ভিডিঅ'টোত দেখা গৈছে।” Fact Crescendo rated this: মিছা