Checked elsewhere / Sources

Vishvas News

Vishvas News is the fact-checking arm of the Jagran media group in India. It publishes in Hindi, English and other Indian languages.

Checked by Vishvas News6 Oct 2021IndiaBengali
Social media posts

“ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা বিজ্ঞাপনত দাবী কৰা হৈছে যে গান্ধী জয়ন্তী উপলক্ষে আম আদমী পাৰ্টীয়ে এই বিজ্ঞাপন মুকলি কৰিছে। এটা সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপনটোত অৰবিন্দ কেজৰিৱালৰ এখন ডাঙৰ ছবিৰ সৈতে মহাত্মা গান্ধীৰ এখন সৰু ছবি দেখা গৈছে।”

Vishvas News rated this: FALSE

Vishvas News says: বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত জানিব পাৰিছে যে ভাইৰেল বিজ্ঞাপনটোৰ ছবিখন সম্পাদনা কৰা হৈছে আৰু এয়া ভুৱা, যিটো অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰাৰ উদ্দেশ্যৰে ভাইৰেল কৰা হৈছে।

Checked by Vishvas News6 Oct 2021IndiaBengali
Social media posts

“শেহতীয়াকৈ এখন ছবি ছচিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ আছে, য’ত এটা অতি আধুনিক ৰেল ষ্টেচন দেখা গৈছে। ছবিখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এইটো অযোধ্যা ৰে’ল ষ্টেচন।”

Vishvas News rated this: FALSE

Vishvas News says: বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত লাভ কৰা তথ্য অনুযায়ী ছবিখনৰ সৈতে কৰা দাবীটো ভুল আছিল। এয়া হৈছে নতুন দিল্লীৰ ৰে’ল ষ্টেচনৰ নৱীকৰণৰ বাবে প্ৰস্তাৱিত এক ব্লুপ্ৰিণ্ট, যাক এতিয়া অযোধ্যা ষ্টেচনৰ নামত শ্বেয়াৰ কৰি থকা হৈছে।

Checked by Vishvas News6 Oct 2021IndiaBengali
Social media posts

“শেহতীয়াকৈ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত সুভাষ চন্দ্ৰ বসুৰ এখন ক’লা-বগা ছবি ভাইৰেল হৈ আছে আৰু ইয়াত দাবী কৰা হৈছে যে স্বাধীনতা সংগ্ৰামী সুভাষ চন্দ্ৰ বসুৱে বাতৰি কাকতত বিমান দুৰ্ঘটনাত তেওঁৰ মৃত্যুৰ বাতৰি পঢ়ি আছে।”

Vishvas News rated this: FALSE

Vishvas News says: বিশ্বাস নিউজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই ছবিখন সম্পাদিত হৈছে।

Checked by Vishvas News5 Oct 2021IndiaHindi
Social media posts

“दुनिया की सबसे बुजुर्ग महिला पाकिस्तान से हैं”

Vishvas News rated this: FALSE

Vishvas News says: विश्वास न्यूज ने जांच की और पोस्ट को भ्रामक पाया। पोस्ट की तस्वीरें एक ही व्यक्ति की नहीं हैं। दुनिया की सबसे उम्रदराज जीवित महिला जापान की हैं, न कि पाकिस्तान की।

Checked by Vishvas News3 Oct 2021IndiaBengali
Social media posts

“ফেচবুক, টুইটাৰ আৰু হোৱাটছএপত এটা বাৰ্তা ভাইৰেল হৈ আছে। বাৰ্তাটো টাটা কোম্পানীয়ে ‘বাৰ্ষিকী উদযাপন’ অনুষ্ঠানৰ নামত ভাইৰেল কৰি তুলিছে। ই দাবী কৰে যে টাটা কোম্পানীয়ে মানুহক ১৫০ তম বাৰ্ষিকী উপলক্ষে গাড়ী জিকাৰ সুযোগ দিছে। ইয়াৰ সৈতে এটা লিংকও ভাগ বতৰা কৰা হৈছে।”

Vishvas News rated this: FALSE

Vishvas News says: বিশ্বাস নিউজে ও ইয়াৰ তথ্য পৰীক্ষাৰ হোৱাটছএপ চেটবট নম্বৰ +91 95992 99372 আৰু আমাৰ হোৱাটছএপ নম্বৰ 9205270923 তথ্য পৰীক্ষাৰ বাবে এই দাবী লাভ কৰিছে। বিশ্বাস নিউজৰ এটা অনুসন্ধানত পোৱা গৈছে যে টাটা কোম্পানীটোৱে তেনে কোনো প্ৰচাৰ কৰা নাই।

Checked by Vishvas News3 Oct 2021IndiaBengali
Social media posts

“এটা সাম্প্ৰদায়িক পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। এটা ভাইৰেল পোষ্টত, মাটিত পৰি থকা এজন আৰক্ষীৰ মৃতদেহৰ ফটো বৰেলীত চালান কাটি দিয়াৰ বাবে কিছুমান মুছলমানৰ দ্বাৰা প্ৰহাৰ কৰি হত্যা কৰা বুলি দাবী কৰা হৈছে।”

Vishvas News rated this: FALSE

Vishvas News says: বিশ্বাস নিউজে ভাইৰেল পোষ্টটোৰ তদন্ত কৰিছিল। আমি জানিব পাৰিছিলো যে ভাইৰেল পোষ্টটোৰ সৈতে কৰা দাবীটো সম্পূৰ্ণৰূপে ভুৱা। দৰাচলতে, প্ৰয়াগৰাজত এজন জিআৰপি কনিষ্টবলয়ে আত্মহত্যা কৰিছিল। ইয়াৰ ছবিখন এতিয়া ভুৱা সাম্প্ৰদায়িক দাবীৰ সৈতে কিছুমান …

Checked by Vishvas News3 Oct 2021IndiaBengali
Social media posts

“এটা সাম্প্ৰদায়িক পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। এটা ভাইৰেল পোষ্টত, মাটিত পৰি থকা এজন আৰক্ষীৰ মৃতদেহৰ ফটো বৰেলীত চালান কাটি দিয়াৰ বাবে কিছুমান মুছলমানৰ দ্বাৰা প্ৰহাৰ কৰি হত্যা কৰা বুলি দাবী কৰা হৈছে।”

Vishvas News rated this: FALSE

Vishvas News says: বিশ্বাস নিউজে ভাইৰেল পোষ্টটোৰ তদন্ত কৰিছিল। আমি জানিব পাৰিছিলো যে ভাইৰেল পোষ্টটোৰ সৈতে কৰা দাবীটো সম্পূৰ্ণৰূপে ভুৱা। দৰাচলতে, প্ৰয়াগৰাজত এজন জিআৰপি কনিষ্টবলয়ে আত্মহত্যা কৰিছিল। ইয়াৰ ছবিখন এতিয়া ভুৱা সাম্প্ৰদায়িক দাবীৰ সৈতে কিছুমান …

Checked by Vishvas News3 Oct 2021IndiaBengali
Social media posts

“বাতৰি ৱেবছাইট জনসত্তাৰ এটা স্ক্ৰীণশ্বট ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে, শ্বাহৰুখ খানৰ এখন ফটো আৰু শ্বাহৰুখ খানৰ উদ্ধৃতিৰে এক বিবৃতিত দাবী কৰা হৈছে যে শ্বাহৰুখ খানে কয়, “যদি মই আজি এজন চুপাৰষ্টাৰ হওঁ, আটাইতকৈ ডাঙৰ ধন্যবাদ আমাৰ মুছলমান ভাতৃসকলক যিয়ে দৰিদ্ৰ হোৱাৰ পিছতো কেৱল হাম খানৰ ছবি চাইছিল”, যেতিয়া বিশ্বাস নিউজে এই মন্তব্য কৰিছিল।”

Vishvas News rated this: FALSE

Vishvas News says: যেতিয়া আমি ইয়াক চালো, আমি দেখিলো যে শ্বাহৰুখ খানে কেতিয়াও এনে ধৰণৰ কোনো মন্তব্য কৰা নাছিল। এইটো এটা ভুৱা বিবৃতি যিটো তেওঁৰ নামত ভাইৰেল কৰা হৈছে। জনসত্তাৰ সম্পাদকে বিশ্বাস নিউজৰ সৈতেও কথা পাতিছিল আৰু পোষ্টটোভুৱা বুলি অভিহিত কৰি…

Checked by Vishvas News1 Oct 2021IndiaHindi
Social media posts

“आज मैं अगर सुपरस्टार हूं तो सबसे बड़ा वाला थैंक उन हमारे मुस्लिम भाइयों को हैं जिन्होंने गरीब होने के बाद भी सिर्फ हम खान्स की फिल्में देखी”

Vishvas News rated this: FALSE

Vishvas News says: यह एक फ़र्ज़ी स्टेटमेंट है, जिसे उनके नाम से वायरल किया जा रहा है। जनसत्ता के संपादक ने भी विश्वास न्यूज़ से बात करते हुए इस पोस्ट को फेक बताया है।

Checked by Vishvas News30 Sep 2021IndiaBengali
Social media posts

“ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা পোষ্টত এটা ভিডিঅ’ দেখা যায়, য’ত কমলা আৰু নেমুৰে এটা ভগৱান গণেশৰ মূৰ্তি প্ৰস্তুত কৰা হৈছে। পোষ্টটো হ’লেণ্ডৰ গণেশ উৎসৱৰ এটা ভিডিঅ’ বুলি দাবী কৰা হৈছে।”

Vishvas News rated this: FALSE

Vishvas News says: বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত জানিব পাৰিছিল যে ভিডিঅ’টো প্ৰকৃততে ২০১৮ চনত ফ্ৰান্সৰ এটা অনুষ্ঠানৰহে, হ’লেণ্ডৰ নহয়।

Checked by Vishvas News30 Sep 2021IndiaHindi
Fb user: Take Agro

“केले खाने से होगा कोरोना वायरस से बचाव”

Vishvas News rated this: FALSE

Vishvas News says: विश्वास न्यूज ने पड़ताल की और वायरल पोस्ट को फर्जी पाया। वीडियो ग्रैब अलग-अलग असंबंधित वीडियो से लिए गए हैं और ऐसी कोई प्रामाणिक रिपोर्ट नहीं है, जिसमें दावा किया गया हो कि केले के सेवन से कोरोनावायरस को रोका जा सकता है।

Checked by Vishvas News30 Sep 2021IndiaMalayalam
Social media posts

“പെൺകുട്ടിയെ മർദ്ദിക്കുന്നത് റായ്‌ബാഗിലെ ഡി പി എസ സ്‌കൂളിലെ അധ്യാപകനായ ഷക്കീൽ അഹ്മദ് അൻസാരിയാണെന്ന് ഈ വീഡിയോ അവകാശപ്പെടുന്നു.”

Vishvas News rated this: FALSE

Vishvas News says: വീഡിയോവിൽ കാണുന്ന വ്യക്തി ദിനേശ് സാഹു എന്ന പാസ്റ്റർ ആണ്.

Checked by Vishvas News30 Sep 2021IndiaBengali
Social media posts

“এই ভাই ভনীসকলৰ বাবে একেটা পৰিয়ালতে ৩ টা আইপিএছ চেলুট”

Vishvas News rated this: FALSE

Vishvas News says: বিশ্বাস নিউজৰ তদন্তত তিনিজন আইপিএছ বিষয়াৰ ফটো মিছা দাবীৰ সৈতে ভাইৰেল হৈ আছে। অনুসন্ধানত প্ৰকাশ পাইছিল যে তিনিজন আইপিএছ বিষয়া একেটা বেচমেট আৰু তেওঁলোক ভাই ভনী নহয়।

Checked by Vishvas News30 Sep 2021IndiaBengali
Social media posts

“যদি আজি টিপু চুলতানৰ দৰে দুৰ্বৃত্তৰ জীৱনৰ আধাৰত এখন চলচ্চিত্ৰ নিৰ্মাণ হৈছে, তেন্তে কাইলৈ ঔৰংজেবৰ জীৱনৰ আধাৰতো ছবি নিৰ্মাণ হ’ব। আমি এয়া গ্ৰহণ নকৰোঁ।”

Vishvas News rated this: FALSE

Vishvas News says: শ্বাহৰুখ খানৰ আহিবলগীয়া ছবি ‘টিপু চুলতান’ৰ নামত ভাইৰেল হৈ থকা পোষ্টাৰখন ভুৱা। শ্বাহৰুখ খানৰ এনে কোনো চলচ্চিত্ৰৰ প্ৰস্তাৱ দিয়া হোৱা নাই বা নিৰ্মাণ কৰা হোৱা নাই।

Checked by Vishvas News30 Sep 2021IndiaTamil
Social media posts

“ஆங்கில பொழிபெயர்ப்பு: முதலில் மோடியை நீக்கவேண்டும் பிறகு யோகியை நீக்கவேண்டும் பிறகு கட்டாரை நீக்கவேண்டும், இப்போது அவர்கள் SDM ஐ நீக்குவோம், மூக்கை வெட்டாமல் காப்பாற்றுங்கள் என்று சொல்கிறார்கள். அதே ஸ்கிரீன்ஷாட்டில், ஒரு பயனரின் கருத்துரையும் காணலாம், ‘जय भारत। गोगोई जी।’.”

Vishvas News rated this: FALSE

Vishvas News says: முடிவுரை: விஸ்வாஸ் செய்தி புலனாய்வு செய்தததில் வைரல் ஸ்கிரீன் ஷாட்டை ரஞ்சன் கோகாய் ட்வீட் செய்யவில்லை என்பது தெரியவந்தது அது அவருடைய பெயரில் ஒரு போலியான கணக்கிலிருந்து செய்யப்பட்டது. வைரல் பதிவு போலியானது.