“নাৰ্ছগৰাকীয়ে এই বেজীটোত কেতিয়া ঔষধ ভৰাইছিল, সেয়া যদি কোনো অন্ধ ভক্তই দেখিছিল, তেন্তে আমাক নিশ্চয় জনাওক, আৰু এনেদৰেই উত্তৰ প্ৰদেশত টীকাকৰণ চলি আছে।”
Vishvas News says: ভেকছিন নভৰোৱাকৈ এজন যুৱকক খালী চিৰিঞ্জেৰে বেজী দিয়া ঘটনাৰ ভিডিঅ’ বিহাৰৰ ছপড়াৰ, যিটো বিভ্ৰান্তিকৰ দাবীৰে উত্তৰ প্ৰদেশৰ নামত ভাইৰেল কৰা হৈছে।