“ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা পোষ্টত দাবী কৰা হৈছে যে দাঁতৰ (জামি দাঁতৰ অস্ত্ৰোপচাৰ) অস্ত্ৰোপচাৰৰ আগতে আনাৰসৰ ৰস খোৱাটো প্ৰদাহ হ্ৰাস কৰাৰ এক কাৰ্যকৰী উপায় আৰু ইয়াৰ ফলত বিষ নাইকিয়া হ’ব।”
Vishvas News says: এই দাবী বিশ্বাস নিউজে অনুসন্ধান কৰিছিল আৰু ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে। দন্ত চিকিৎসক সকলেও দাবীটো ভুৱা বুলি প্ৰমাণ কৰিছে। ৰোগীৰ আৰোগ্যৰ ক্ষেত্ৰত আনাৰসৰ ৰসে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় বুলিও কোনো প্ৰমাণ নাই।