“এয়া ভাৰতৰ কুম্ভ মেলা। বিশ্বৰ সৰ্ববৃহৎ Covid19 Hotspot. ভাৰত চৰকাৰৰ মতে। ইয়াৰ দ্বাৰা Covid-19 নিৰাময় হ'ব”
Vishvas News says: উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত হৰিদ্বাৰ কুম্ভ মেলাক লৈ চলি থকা দাবী বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। ভাইৰেল ছবি ২০১৯ চনত অনুষ্ঠিত প্ৰয়াগৰাজ অৰ্ধকুম্ভৰ। অৱশ্যে এই কথা সত্য যে হৰিদ্বাৰ কুম্ভ এনে এক সময়তে আয়োজন কৰা হৈছে, যিটো সময়ত ক’…